New Update
/asomiyapratidin/media/media_files/2025/07/04/cccccc-2025-07-04-12-28-50.jpg)
- ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সংবাদমেল
- মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ আৰু তেওঁৰ পত্নীৰ সম্পত্তি সন্দৰ্ভত এই সংবাদমেল
- ‘ৰঙিয়াৰ কুন্তীবাৰীত ৩৯ বিঘা ৩ কঠা ১৬ লেচা ম্যাদী মাটি ক্রয়’
- ‘২০২৩ চনৰ ২৬ এপ্রিলত ৪০ বিঘা মাটি ক্রয়’
- ‘৮৫ বিঘা চৰকাৰী ভূমিও বেদখল মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ’
- মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ অবৈধ ভূমিত উচ্ছেদ চলোৱাৰ দাবী অখিল গগৈৰ
- লখিমপুৰৰ উচ্ছেদিত ৰাইজক সংস্থাপন দিয়াৰো দাবী বিধায়কগৰাকীৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us