আৰ্থিক সংকট দূৰ কৰি বাংগালুৰুলৈ ৰাওনা অখিল গগৈ...

অসম বিধান সভাৰ তৰফৰ পৰা বিধায়ক গৰাকীৰ উন্নত চিকিৎসাৰ বাবে ৫০ শতাংশ আৰ্থিক সাহাৰ্য

author-image
Asomiya Pratidin
New Update
বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে যি ব্যৱস্থা হাতত লৈছে সেয়া অবৈধ:  অখিল গগৈ

Akhil gogoi

ডিজিটেল ডেস্কঃ হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল শিৱসাগৰৰ বিধায়ক গগৈ। উন্নত চিকিৎসাৰ বাবে মঙলবাৰে আবেলি বাংগালুৰুলৈ ৰাওনা হ'ব বিধায়ক গগৈ। জানিব পৰা মতে, বাংগালুৰুৰ নাৰায়ণা হেলথ্ হাস্পতালত অস্ত্ৰপচাৰ সম্পন্ন হ'ব বিধায়কগৰাকীৰ।

উল্লেখ্য যে, বিধায়কগৰাকীৰ আৰ্থিক সংকটৰ কথা চৰ্চা হৈছিল। ইতিমধ্যে অসম বিধান সভাৰ তৰফৰ পৰা বিধায়ক গৰাকীৰ উন্নত চিকিৎসাৰ বাবে ৫০ শতাংশ আৰ্থিক সাহাৰ্য প্ৰদান কৰিছে বুলি বিধায়ক অখিল গগৈয়ে জানিব দিয়ে।

assam narayana health sivsagar akhil gogoi