মিত্ৰতাৰ বাবে ৩১ জানুৱাৰী শেষ সীমা নিৰ্ধাৰণ কৰিলে ৰাইজৰ দলে

বিৰোধী মিত্রজোঁটক লৈ অখিল গগৈৰ ‘ডেডলাইন’। ৩১ জানুৱাৰী শেষ সীমা নিৰ্ধাৰণ কৰিলে ৰাইজৰ দলে। ৩১ জানুৱাৰীৰ ভিতৰত বিৰোধী মিত্রতা স্পষ্ট নহ’লে অকলে খেলিব নিৰ্বাচন।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-08 at 7.15.00 PM
  • বিৰোধী মিত্রজোঁটক লৈ অখিল গগৈৰ ‘ডেডলাইন’
  • ৩১ জানুৱাৰী শেষ সীমা নিৰ্ধাৰণ কৰিলে ৰাইজৰ দলে
  • ৩১ জানুৱাৰীৰ ভিতৰত বিৰোধী মিত্রতা স্পষ্ট নহ’লে অকলে খেলিব নিৰ্বাচন
  • বৰ্তমানলৈ ৪৪গৰাকী প্রাৰ্থীয়ে টিকট বিচাৰিছে ৰাইজৰ দলৰ পৰা
  • কেইবাগৰাকীও জনপ্রিয় শিল্পীয়ে বিচাৰিছে টিকট
  • মিত্রতা নহ’লে ৪৪ খন আসনত প্রতিদ্বন্দ্বিতা কৰিব ৰাইজৰ দলে
  • সন্মানজনক আসন ৰাইজৰ দলক দিব লাগিব বুলি দাবী অখিল গগৈৰ
  • অন্যথা বিৰোধী ঐক্যত নাথাকে ৰাইজৰ দল: অখিল গগৈ
অখিল গগৈ