চাপৰৰ উচ্ছেদস্থলীলৈ যোৱা অখিল গগৈক আৰক্ষীৰ আটক

চাপৰৰ উচ্ছেদস্থলীলৈ যোৱা অখিল গগৈক আৰক্ষীৰ আটক। উচ্ছেদিত ৰাইজৰ পৰিস্থিতি বুজ লবলৈ গৈছিল বিধায়ক গগৈ। ধুবুৰী আৰক্ষীয়ে আটক কৰি লৈ গৈছে চাপৰ থানালৈ

author-image
Asomiya Pratidin
New Update
web ap akhil (1)
  • চাপৰৰ উচ্ছেদস্থলীলৈ যোৱা অখিল গগৈক আৰক্ষীৰ আটক
  • উচ্ছেদিত ৰাইজৰ পৰিস্থিতি বুজ লবলৈ গৈছিল বিধায়ক গগৈ
  • ধুবুৰী আৰক্ষীয়ে আটক কৰি লৈ গৈছে চাপৰ থানালৈ
  • জেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেয়ে আটক কৰে গগৈক
অখিল গগৈ