APSCৰ ফলাফল বাতিলঃ তদন্তৰ দাবী অসম জাতীয় পৰিষদৰ

APSC সংযুক্ত পৰীক্ষাৰ ফলাফল বাতিল। এই ঘটনাক লৈ উচ্চপৰ্যায়ৰ তদন্তৰ দাবী অসম জাতীয় পৰিষদৰ।

author-image
Asomiya Pratidin
New Update
AJPPP
  • APSC সংযুক্ত পৰীক্ষাৰ ফলাফল বাতিল
  • এই ঘটনাক লৈ উচ্চপৰ্যায়ৰ তদন্তৰ দাবী অসম জাতীয় পৰিষদৰ
  • ‘পৰীক্ষাৰ ফলাফল ঘোষণা কৰিও বাতিল কৰা ঘটনা বিস্ময়কৰ আৰু ৰহস্যজনক’
  • ‘দুৰ্নীতি-অনিয়মৰ বাবে APSCৰ বিশ্বাসযোগ্যতা ইতিপূৰ্বেই প্ৰত্যাহ্বানৰ মুখত পৰিছে’
  • ‘আয়োগৰ ওপৰত পুনৰ সন্দেহ সৃষ্টি কৰাৰ লগতে ৰাইজৰ আস্থাও হ্ৰাস পাব’
  • ঘটনাটোক লৈ এনেদৰে মন্তব্য কৰে অসম জাতীয় পৰিষদে
অসম জাতীয় পৰিষদ