AJPৰ মুখপাত্ৰ জীয়াউৰ ৰহমানে অচিৰেই এৰিব ৰাজনীতি!

অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জীয়াউৰ ৰহমানে অচিৰেই ৰাজনীতি এৰাৰ সম্ভাৱনা। ব্যক্তিগত আৰু পৰিয়ালৰ অসুবিধা হেতু ৰহমানে ৰাজনীতিৰ পৰা কিছুদিনৰ বাবে ল’ব বিৰতি।

author-image
Asomiya Pratidin
New Update
ZIAUR RAHMAN
  • অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জীয়াউৰ ৰহমানে অচিৰেই ৰাজনীতি এৰাৰ সম্ভাৱনা।
  • ব্যক্তিগত আৰু পৰিয়ালৰ অসুবিধা হেতু ৰহমানে ৰাজনীতিৰ পৰা কিছুদিনৰ বাবে ল’ব বিৰতি।
  • দলীয় নেতৃত্বই লোৱা কিছু সিদ্ধান্তক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ সমুখত অসন্তুষ্টি প্ৰকাশ ৰহমানৰ।
  • যিকোনো মুহূৰ্ততে অসম জাতীয় পৰিষদ এৰাৰ সম্ভাৱনা জীয়াউৰ ৰহমানৰ। 
  • আনুষ্ঠানিকভাৱে এতিয়ালৈকে অৱশ্যে জীয়াউৰ ৰহমানে দাখিল কৰা নাই অব্যাহতি পত্ৰ।
অসম জাতীয় পৰিষদ