কাৰিকৰী বিজুতিঃ বাতিল কৰা হ’ল বিমানৰ উৰণ

দিল্লীৰ পৰা পেৰিছ অভিমুখী এয়াৰ ইণ্ডিয়া বিমানৰ উৰণ বাতিল। আজি দিনৰ ১.১০ বজাত উৰণৰ সময় আছিল বিমানখনৰ। কাৰিকৰী বিজুতিৰ বাবে বাতিল কৰা হ’ল বিমান উৰণত। ২৪ ঘণ্টাৰ ভিতৰত এয়া এয়াৰ ইণ্ডিয়া বিমানত ঘটনা চতুৰ্থটো ঘটনা

author-image
Asomiya Pratidin
New Update
পুনৰ বাতিল এয়াৰ ইণ্ডিয়াৰ বিমান

পুনৰ বাতিল এয়াৰ ইণ্ডিয়াৰ বিমান

  • দিল্লীৰ পৰা পেৰিছ অভিমুখী এয়াৰ ইণ্ডিয়া বিমানৰ উৰণ বাতিল
  • আজি দিনৰ ১.১০ বজাত উৰণৰ সময় আছিল বিমানখনৰ
  • কাৰিকৰী বিজুতিৰ বাবে বাতিল কৰা হ’ল বিমান উৰণত
  • ২৪ ঘণ্টাৰ ভিতৰত এয়া এয়াৰ ইণ্ডিয়া বিমানত ঘটনা চতুৰ্থটো ঘটনা
দিল্লী এয়াৰ ইণ্ডিয়া