New Update
/asomiyapratidin/media/media_files/2025/06/12/xoLOMWATX4Fs5jzAcnVg.jpg)
- গুজৰাটৰ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা
- বিমান বন্দৰৰ সমীপৰ মেঘানী নগৰত দুৰ্ঘটনাত পতিত বিমানখন
- বিমানখনত আছিল ২৪২ গৰাকী যাত্রী
- প্ৰাৰম্ভিক পৰ্যায়ত ১৫০ ৰো অধিক যাত্ৰী মৃত্যুৰ আশংকা
- বিমান বন্দৰলৈ যোৱা প্রতিটো পথ বন্ধ কৰিছে প্রশাসনে
- আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী আছিল বিমানখন
- উৰণৰ কিছু সময় পিছতেই দুৰ্ঘটনাগ্রস্ত
- এটা অট্টালিকাত খুন্দা মাৰে বিমানখনে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us