New Update
/asomiyapratidin/media/media_files/2025/03/29/bXBeZFGPPMcZ8GFJNJtr.jpg)
ডিজিটেল ডেস্কঃ ম্যানমাৰত এতিয়া চৌদিশে আতংক। তাচপাতৰ দৰে খহিঁ পৰা বৃহত অট্টালিকাবোৰৰ কাষে কাষে এতিয়াও বহু লোকৰ আৰ্তনাদ ম্যানমাৰ আৰু থাইলেণ্ডত। দৈনন্দিন ব্যস্ততাৰে চহৰবোৰত এতিয়া কেৱল নিস্তদ্ধতা। যোৱা শুকুৰবাৰে ৩টাকৈ বৰভূইঁকপেঁ জোকাৰি যোৱাৰ পাছতো বিগত ২৪ঘন্টাত ম্যনমাৰত জোকাঁৰি গৈছে ১৫টাকৈ সৰু সৰু ভূমিকম্পই। অগা পিছাকৈ অহা এই ভূমিকম্পবোৰৰ প্ৰাৱল্য ৫তকৈ কম বুলি ৰিখটাৰ স্কেলত প্ৰকাশ পাইছে।
/asomiyapratidin/media/media_files/2025/03/29/mn3xdse2mjr04og7Galz.jpg)
/asomiyapratidin/media/media_files/2025/03/29/qokywLwSyk4IsuGUskLr.jpg)
/asomiyapratidin/media/media_files/2025/03/29/My96YuHm2Wobk4NrwBBY.webp)