New Update
/asomiyapratidin/media/media_files/2025/06/08/RaEpg865td2cMJp8qITY.jpg)
- দেওবাৰে পুৱাই আফগানিস্তান কপালে ভূমিকম্পই।
- ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ তীব্ৰতা ৩.৮
- পুৱা প্ৰায় ৯.৩৪বজাত অনুভূত হয় এই ভূমিকম্পৰ।
- প্ৰায়ে ভূমিকম্পই জোকাৰি যোৱা আফগানিস্তানত এই ভূমিকম্পৰ ফলত কেইবাটাও গৃহ ক্ষতিসাধন হৈছে।
- প্ৰশাসনে চলাইছে উদ্ধাৰ অভিযান।
- উল্লেখযোগ্য যে, বিগত এমাহত আফগানিস্তানত এয়া হৈছে তৃতীয়টো ভূমিকম্প।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us