আজি ঘোষণা হ’ব ADRE ৰ তৃতীয় বৰ্গৰ ফলাফল

আজি ঘোষণা হ’ব ADRE ৰ তৃতীয় বৰ্গৰ ফলাফল, পুৱা ১০:৩০ বজাত প্ৰকাশ পাব ADRE ৰ তৃতীয় বৰ্গৰ ফলাফল

author-image
Asomiya Pratidin
New Update
fftretgryjiy
  • আজি ঘোষণা হ’ব ADRE ৰ তৃতীয় বৰ্গৰ ফলাফল
  • পুৱা ১০:৩০ বজাত প্ৰকাশ পাব ADRE ৰ তৃতীয় বৰ্গৰ ফলাফল
  • মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে কৰিলে ঘোষণা
  • দুটা ৱেবচাইটৰ জৰিয়তে লাভ কৰিব এই ফলাফল
  • sebaonline.org, assam.gov.in ত লাভ কৰিব ফলাফল
  • ৰাজ্যৰ বিভিন্ন বিভাগত খালী হৈ আছে ৭,৬০০ টা পদ
  • ইয়াৰে ৪০৫৫টা পদ স্নাতক উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত
ADRE