New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
ei muhurtar khabar
ডিব্রুগড়ত শোকাৱহ পথ দুৰ্ঘটনা।
এ ডি আৰ ই পৰীক্ষা দিবলৈ যোৱাৰ পথতে প্ৰাণ হেৰুৱালে ডিব্ৰুগড়ৰ এগৰাকী যুৱকে।
ডিব্ৰুগড়ৰ ঠাকুৰথানৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত এখন বাইক।
দুৰ্ঘটনাত নিহত টিংখাঙৰ মিলন গগৈ নামৰ এজন যুৱক।
AMCHলৈ নিয়া হৈছিল যদিও মৃত ঘোষণা চিকিৎসকৰ।
চতুৰ্থ বৰ্গৰ পৰীক্ষা দিবলৈ আহিছিল যুৱকজন।