New Update
/asomiyapratidin/media/media_files/2025/07/14/breaking-news-2025-07-14-18-32-52.jpg)
- এডিচি ত্রিদীপ কোঁৱৰৰ দেহাৱসান
- ১০ জুলাইত কোৱাৰ্টাৰৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰিছিল কোঁৱৰে
- উদ্ধাৰ হৈছিল ত্ৰিদীপ কোঁৱৰে লিখি থোৱা চুইছাইদ নোট
- চিকিৎসাধীন অৱস্থাত সোমবাৰে শেষ নিশ্বাস ত্যাগ এডিচিগৰাকীৰ
- নেমকেয়াৰত চিকিৎসাধীন হৈ আছিল এডিচি ত্রিদীপ কোঁৱৰ
- দীৰ্ঘদিন ধৰি অসুস্থতাত ভোগী আছিল এডিচি কোঁৱৰে