/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
ডাঙৰ খবৰ
ৰাজ্যৰ ৫ গৰাকী ACS বিষয়াক নিলম্বন
নিৰ্বাচনী নিৰ্দেশ উলংঘা কৰাৰ অভিযোগত নিলম্বন
নিলম্বন কৰা হৈছে ACS কংকনজ্যোতি শইকীয়াক
নিলম্বন পৰিস্মিতা দিহিঙীয়া, জিণ্টু শৰ্মা, সৰোজ কুমাৰ ডেকাক
আনজন নিলম্বিত ACS বিষয়া কাব্যশ্রী দিহিঙীয়া
আটাইকেইজনকে নিৰ্বাচনী বিষয়া হিচাপে কৰা হৈছিল বদলি
বদলি কৰাৰ পিছতো তেওঁলোকে যোগদান কৰা নাছিল কৰ্তব্যত
আটাইকেইজনৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ
Also Read: জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ নলবাৰী CJM আদালতৰ