New Update
/asomiyapratidin/media/media_files/2025/07/13/1-2025-07-13-19-35-30.jpg)
- ৰাজ্যত জিলা আয়ুক্তৰ ব্যাপক ৰদ-বদল।
- ডিমা হাছাওৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসক বিশ্বনাথ জিলালৈ বদলি।
- বিশ্বনাথৰ জিলা আয়ুক্ত পদলৈ বদলি ACS বিষয়া সীমান্ত কুমাৰ দাসক।
- বিশ্বনাথ জিলাৰ আয়ুক্ত ACS বিষয়া মুনিন্দ্ৰ নাথ ঙাটেক ডিমা হাছাওলৈ বদলি।
- ডিমা হাছাওৰ জিলা আয়ুক্ত হিচাপে বদলি কৰা হ'ল শ্ৰী ঙাটে।
- ৰাজ্যপালৰ নিৰ্দেশ মৰ্মে এই ৰদ-বদলৰ সিদ্ধান্ত গ্ৰহণ।
- মুনিন্দ্ৰ নাথ ঙাটেৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ পাছতে বদলিৰ নিৰ্দেশ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us