কাঠৰবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন

জামুগুৰিহাটৰ কাঠৰবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন।  গাড়ী চলাই অহা অৱস্থাতে সংজ্ঞাহীন হৈ পৰে চালক।

author-image
Asomiya Pratidin
New Update
3
  • জামুগুৰিহাটৰ কাঠৰবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন। 
  • গাড়ী চলাই অহা অৱস্থাতে সংজ্ঞাহীন হৈ পৰে চালক।
  • সংজ্ঞাহীন হৈ পৰা চালকগৰাকীৰ কাণেৰে হয় ৰক্তক্ষৰণ। 
  • জামুগুৰিহাটৰ  সাংবাদিক হিৰণ্য বৰা আৰু স্থানীয় ৰাইজৰ তৎপৰতাত সংজ্ঞাহীন হৈ পৰা চালকগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ। 
  • চালকগৰাকী অৰুণাচল প্ৰদেশৰ তাগে ৰেল্যাং বুলি জানিব পৰা গৈছে।
  • অসুস্থ গাড়ীচালকজন অৰুণাচলৰ প্ৰদেশৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ গাণনিক বিষয়া বুলি জানিব পৰা গৈছে।
অৰুণাচল জামুগুৰিহাট