মৰিগাঁৱত ভয়ংকৰ দুৰ্ঘটনাঃ চিকিৎসক কণ্ঠেশ্বৰ বৰদলৈৰ সহ দুগৰাকীৰ থিতাতে মৃত্যু...

নিশা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শিলচাংত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে নিহত তিনিজন। দুৰ্ঘটনাটোত নিহত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক কণ্ঠেশ্বৰ বৰদলৈ সহ অন্য দুজন।

author-image
Asomiya Pratidin
New Update
ujjjdd
  • নিশা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শিলচাংত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • দুৰ্ঘটনাটোত থিতাতে নিহত তিনিজন।
  • দুৰ্ঘটনাটোত নিহত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক কণ্ঠেশ্বৰ বৰদলৈ সহ অন্য দুজন।
  • নিশা প্ৰায় ৩ মান বজাত সংঘটিত হয় এই দুৰ্ঘটনাতো।
  • মৃতদেহ সহ দূৰ্ঘটনাগ্ৰস্ত বাহন খন নেলী আৰক্ষী চকীলৈ লৈ যায় আৰক্ষীয়ে। 
  • নিহত আন দুজনৰ নাম আচিক ৰহমান ,মানস মহন্ত ।
  • এই দুয়োজন মৰিগাঁও মৰিগাঁও মেটাৰ্নিতি এণ্ড মাল্টি স্পেচিয়ালিতি হস্পিটেলৰ কৰ্মচাৰী। 
মৰিগাঁও জিলা