/asomiyapratidin/media/media_files/2025/12/29/1-2025-12-29-16-36-47.jpg)
ডিজিটেল ডেস্কঃ শোণিতপুৰৰ বালিপৰাৰ পৰা ভালুকপুং সংযোগী পথৰ গামানি এলেকাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। দিনৰ ডেৰ মান বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা খাৱৈত বাগৰিলএখন বাহন।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/29/whatsapp-ima-2025-12-29-16-35-29.jpeg)
ভালুকপুঙৰ পৰা ইটানগৰ অভিমুখে গৈ থকাৰ সময়তে As 12 x 2364 নম্বৰৰ বাহনখন খাৱৈত বাগৰি পৰাৰ ফলত চালক আৰু শিশুসহ তিনিগৰাকী লোক গুৰুতৰভাৱে আহত হয়। আনহাতে এই ঘটনাৰ পাছতে স্থানীয় লোকে তিনিওগৰাকী লোককে উন্নত চিকিৎসাৰ কাৰণে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/29/whatsapp-image-2025-12-2025-12-29-16-35-48.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us