New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/26ca2ba7-3f4a-49a5-89ec-e631f1df4c7d/sing.jpg)
Surajit singh
ডিজিটেল সংবাদ, বেবেজীয়াঃ তীব্ৰবেগী ট্ৰেভেলাৰৰ খুন্দাত নিহত নগাঁৱৰ বন বিষয়া সুৰজিৎ সিং। নগাঁৱৰ বেবেজীয়াত সোমবাৰে নিশা ১০বজাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা।
গুৱাহাটীলৈ বিভাগীয় কামত গৈছিল সুৰজিৎ সিং। গুৱাহাটীৰ পৰা ঘূৰি অহাৰ পথতে এই শোকাৱহ দুৰ্ঘটনা হয় । সৰবৰহী ব্যক্তি গৰাকীৰ বিয়োগত নগাঁৱত শোকৰ ছাঁ পৰিছে।