New Update
/asomiyapratidin/media/media_files/2026/01/15/635-2026-01-15-15-30-07.jpg)
- মায়ঙৰ বৰবৰীত ভয়ংকৰ দুৰ্ঘটনাত পতিত চাৰিচকীয়া বাহন ।
- জাপৰীৰ পৰা গাগলমাৰীৰ দিশে আহি থাকোতেই মাথাউৰিৰ
পৰা বাগৰি পৰে বাহনখন। - দাউদাউ কৈ মাকৈ খেতিত জ্বলে বাহনখন।
- বাহনখনৰ ভিতৰত আছিল ৪জন আৰোহী।
- দুগৰাকী কিশোৰী আৰু দুজন যুৱক আছিল বাহনখনত।
- কথমপি প্ৰাণৰক্ষা পৰে চাৰিওজনৰে ।
- বাহনখনৰ নম্বৰ এ এছ ০১ ই এছ ৩১২১।
- তীব্ৰগতিত আহি থাকোতেই নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে বাহনখন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us