লংকাত অঘটন : পথৰ দাঁতিত বাগৰি পৰিল বাৰ্মিজ চুপাৰিভৰ্তি ট্ৰাক

দুৰ্ঘটনাতপতিত হোৱা ট্ৰাকখনৰ নম্বৰ AS 11 DC 3466। বাৰ্মিজ চুপাৰী আনি থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি ‌পৰে । 

author-image
Asomiya Pratidin
New Update
লংকাত অঘটন : পথৰ দাঁতিত বাগৰি পৰিল বাৰ্মিজ চুপাৰিভৰ্তি ট্ৰাক
  • লংকাৰ ৰঙমহলাত শুকুৰবাৰে পুৱা বাৰ্মিজ চুপাৰিভৰ্তি ট্ৰাক এখন দুৰ্ঘটনাতপতিত হয়।
  • লংকাৰ পৰা নগাঁও অভিমুখী আহি আছিল ট্ৰাকখন। 
  • দুৰ্ঘটনাতপতিত হোৱা ট্ৰাকখনৰ নম্বৰ AS 11 DC 3466।
  • বাৰ্মিজ চুপাৰী আনি থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি ‌পৰে। 
  • ট্ৰাকখনত চেম্বাৰ বনাই প্ৰথম ভাগ খালী ৰাখি অন্য ভাগটোত বাৰ্মিজ চুপাৰীখিনি আছিল।
  • দুৰ্ঘটনা সংঘটিত কৰি চালক আৰু হেন্দিমেনৰ পলায়ন।
lanka