কাজিৰঙাত পথ দুৰ্ঘটনা: থিতাতে নিহত দুজন

কাজিৰঙাত পথ দুৰ্ঘটনা: থিতাতে নিহত দুজন
কাজিৰঙাত পথ দুৰ্ঘটনা: থিতাতে নিহত দুজন
  • কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথ ভয়ংকৰ পথ দুৰ্ঘটনা।

  • নিশা প্ৰায় ১০ বজাত সংঘটিত হয় দুৰ্ঘটনাটো।

  • দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুজন স্থানীয় যুৱক ৷

  • তথ্য অনুসৰি AS 05 R 7088 নম্বৰৰ মটৰ চাইকেলত অহা দুই যুৱকক AS 06 BC 3471 নম্বৰৰ ট্ৰাখনে মহতিয়াই নিয়াৰ ফলত ঘটনাস্থলীতে নিহত হয় দুয়োজন যুৱক ৷

  • ইয়াৰে কহঁৰাৰ পিলখানাৰ এজন অমিয় দাস, আনজন যুৱক প্ৰিয়ম বৰদলৈ বুলি চিনাক্ত কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in