New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e375816f-98e4-4e6a-a29d-ae2f32b3603f/pic_eimuhurtor_khobor_copy.jpg)
চিৰাঙৰ ঢালিগাঁৱত ভয়াবহ পথ দুৰ্ঘটনা।
থিতাতে নিহত দুগৰাকী যুৱতী।
নিহত যুৱতী দুগৰাকীয়ে স্কুটী চলাই আহিছিল।
ঘটনাস্থলীত উপস্থিত আৰক্ষী।
বৰ্তমানলৈকে নিহত যুৱতী দুগৰাকীৰ পৰিচয় লাভ কৰা নাই।
চিৰাঙৰ ঢালিগাঁৱত ভয়াবহ পথ দুৰ্ঘটনা।
থিতাতে নিহত দুগৰাকী যুৱতী।
নিহত যুৱতী দুগৰাকীয়ে স্কুটী চলাই আহিছিল।
ঘটনাস্থলীত উপস্থিত আৰক্ষী।
বৰ্তমানলৈকে নিহত যুৱতী দুগৰাকীৰ পৰিচয় লাভ কৰা নাই।