চিৰাঙৰ ঢালিগাঁৱত পথ দুৰ্ঘটনা...

থিতাতে নিহত দুগৰাকী যুৱতী
চিৰাঙৰ ঢালিগাঁৱত পথ দুৰ্ঘটনা...
  • চিৰাঙৰ ঢালিগাঁৱত ভয়াবহ পথ দুৰ্ঘটনা।

  • থিতাতে নিহত দুগৰাকী যুৱতী।

  • নিহত যুৱতী দুগৰাকীয়ে স্কুটী চলাই আহিছিল।

  • ঘটনাস্থলীত উপস্থিত আৰক্ষী।

  • বৰ্তমানলৈকে নিহত যুৱতী দুগৰাকীৰ পৰিচয় লাভ কৰা নাই।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in