/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/f0e1561d-7ee6-4a3f-a356-8981423e5a32/accident.jpg)
পথ দুৰ্ঘটনা
-
তীব্ৰ বেগী চুইফ্ট ডিজায়াৰ বাহনে খুন্দিয়ালে দুই পথচাৰীক
-
খুন্দা মাৰি তললৈ ওফৰি পৰি যায় বাহনখন
-
গুৰুতৰভাৱে আহত দুই পথচাৰী হ'ল ক্ৰমে মুস্তাক আহমেদ আৰু ৰিজুৱান আহমেদ
-
ডবকা বজাৰৰ পৰা ঘৰ অভিমুখে গৈ থাকোতেই সংগঠিত হয় দুৰ্ঘটনাটো
-
আহত দুয়োকে ৰাইজে উদ্ধাৰ কৰি ডবকাৰ লাইফ কেয়াৰ হস্পিতালত ভৰ্তি কৰায়
-
ঘটনা সংগঠিত কৰি ঘটনাস্থলীৰ পৰা চুইফ্ট ডিজায়াৰৰ চালক পলায়ন
-
দুৰ্ঘটনা সংগঠিত কৰা গাড়ীখনৰ নম্বৰ AS02H 4915
-
ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত আৰম্ভ কৰিছে তদন্ত ৷