/asomiyapratidin/media/media_files/2024/12/14/3r6fhMvloXVPz2p4e0ND.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাটঃ শুক্ৰবাৰৰ নিশা ৯ মান বজাত বকলীয়াঘাটত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ উক্ত দুৰ্ঘটনাত থিতাতে নিহত হয় বকলীয়াঘাটৰ চিকাৰী পথাৰৰ অমিত হাজৰিকা নামৰ এজন ব্যক্তি ।
উল্লেখ্যে যে বকলীয়াঘাট চিকাৰী গেটত সংঘটিত হৈছিল এই পথ দুৰ্ঘটনাটো ৷