বিতৰ্কিত আৰ.এছ গান্ধীৰ শিলৰ কুৱেৰীত দুৰ্ঘটনা

চামগুৰিৰ বিতৰ্কিত আৰ.এছ গান্ধীৰ শিলৰ কুৱেৰীত দুৰ্ঘটনা। দুখন ডাম্পাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো

author-image
Asomiya Pratidin
New Update
55
  • চামগুৰিৰ বিতৰ্কিত আৰ.এছ গান্ধীৰ শিলৰ কুৱেৰীত দুৰ্ঘটনা।
  • দুখন ডাম্পাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।
  • দুৰ্ঘটনাটো আহত হয় ডাম্পাৰ চালককেইজন।
  • নগাঁও-কাৰ্বিআংলঙ সীমান্তৰ পাহাৰৰ মাজত সংঘটিত হৈছে এই ঘটনা।
  • ইয়াৰ পূৰ্বেও বিতৰ্কিত আৰ.এছ গান্ধীৰ শিলৰ কুৱেৰীত সংঘটিত হৈছিল দুৰ্ঘটনা।
  • আজি দ্বিতীয়টো দুৰ্ঘটনা সংঘটিত হয় শিলৰ কুৱেৰীটোত।
চামগুৰি