শোণিতপুৰত ডাম্পাৰত খুন্দা তীব্ৰ বেগী বাইকৰঃ নিহত ১

শোণিতপুৰৰ খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এই পথ দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে, ৰখাই থোৱা ডাম্পাৰত পাছফালৰ পৰা তীব্ৰ বেগেৰে খুন্দা মাৰে মটৰ চাইকেলে। ফলত থিততে নিহত হয় বাইক আৰোহী

author-image
Asomiya Pratidin
New Update
DSC
  • শোণিতপুৰৰ খনামুখত ভয়ংকৰ পথ দুৰ্ঘটনা
  • থিতাতে নিহত বিমান বৰদলৈ নামৰ এজন লোক
  • খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো
  • ৰখাই থোৱা ডাম্পাৰত পাছফালৰ পৰা তীব্ৰ বেগেৰে খুন্দা মটৰ চাইকেলৰ
  • ফলত থিততে নিহত বাইক আৰোহী
  • ডাম্পাৰখনৰ নম্বৰ AS-09-AC-4136 
  • বাইকথনৰ নম্বৰ  AS-01- DU -7065
শোণিতপুৰ