New Update
/asomiyapratidin/media/media_files/2025/12/19/1-2025-12-19-14-53-36.jpg)
- শোণিতপুৰৰ বৰপাট গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা
- বলেৰ'পিক আপ আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ।
- বৰপাট গাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।
- গুৰুতৰভাৱে আহত দুজন মটৰ চাইকেল আৰোহী।
- আহত দুজন হাঁহচৰা চাহ বাগিচাৰ বাবলু আৰু এণ্টনি।
- আহত দুয়োজনকে অতি সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us