New Update
/asomiyapratidin/media/media_files/2025/06/12/Hnhp25fdp0anpSB3m5JY.jpg)
- লখিমপুৰ মেডিকেল কলেজত পুনৰ অঘটন।
- কলেজখনৰ তৃতীয় মহলাৰ পৰা এজন ৰোগীয়ে জপিয়াই আত্মহত্যা কৰে।
- ৰোগীজন পানীগাঁৱৰ খাৰকাটিৰ প্ৰণৱ দত্ত (২৫) বুলি জানিব পৰা গৈছে ৷
- মেডিকেল কলেজখনত বৃহস্পতিবাৰে পুৱাবেলা চিকিৎসাৰ বাবে ভৰ্তি হৈছিল দত্ত ৷
- ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি লখিমপুৰত।