New Update
- পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত ভয়ংকৰ পথ দুৰ্ঘটনা
- দুখন মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ
- ইটা কঢ়িওৱা চাৰিচকীয়া বাহনৰ তলত সোমাই পৰিল এগৰাকী মহিলা আৰোহী
- বাহনৰ তলৰ পৰা অতি সংকটজনক অৱস্থাত উদ্ধাৰ মহিলাগৰাকী
- আহত মহিলাগৰাকী কোঙৰী বেপি বুলি চিনাক্ত
- আহতক চিকিৎসালয়লৈ প্ৰেৰণ
- দুৰ্ঘটনাগ্ৰস্ত বাহন কেইখনৰ নম্বৰ AS02CC 8406 আৰু AS 02 D 1003
- ঘটনা সংঘটিত কৰিয়েই দুৰ্ঘটনাগ্ৰস্ত বাইকসহ পলায়ন এজনৰ