/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0d719892-795b-4d75-82e2-0b4e7df7bbd3/guwahati_05.jpg)
guwahati
-
গুৱহাটীৰ কাছমাৰী ঘাটত দেৱী বিসৰ্জনৰ সময়তে অঘটন।
-
দেৱী বিসৰ্জনৰ সময় ব্ৰহ্মপুত্ৰত পিছলি পৰিল এগৰাকী মহিলা।
-
ঘাটত উপস্থিত থকা আন এজন লোকে নদীত জাপ মাৰি উদ্ধাৰ কৰে মহিলাগৰাকীক।
-
নদীত পিছলি পৰা মহিলাগৰাকী কিছু পৰিমানে আঘাতপ্ৰাপ্ত হৈছে।
-
জানিব পৰা মতে দেৱী বিসৰ্জন চাবলৈ আহিছিল মহিলাগৰাকী।
-
বৰ্তমানলৈকে মহিলাগৰাকীৰ পৰিচয় লাভ কৰা নাই।
-
ঘটনাক কেন্দ্ৰ কৰি কাছমাৰী ঘাটত চাঞ্চল্য।