হাতীগেটত পথ দুৰ্ঘটনাঃ আহত ২ স্কুটী আৰোহী

হাতীগেটত পথ দুৰ্ঘটনাঃ আহত ২ স্কুটী আৰোহী

author-image
Asomiya Pratidin
New Update
হাতীগেটত পথ দুৰ্ঘটনাঃ আহত ২ স্কুটী আৰোহী

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোণিতপুৰৰ হাতীগেটত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত তেজপুৰ ডেকাৰগাঁৱৰ দুই স্কুটী আৰোহী। দুয়োজন আহতক অতি সংকটজনক অৱস্থাত চাৰিদুৱাৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

Advertisment

আহত যুৱক দুজনৰ নাম জানমণি বৰুৱা আৰু পবিত্ৰ হাজৰিকা।উল্লেখ্য যে, ঘটনা সংঘটিত হোৱা পাছত প্ৰায় ডেৰ ঘন্টা ধৰি ১০৮ নম্বৰক ফোন কৰি থকা স্বত্বেও এম্বুলেন্স উপস্থিত নোহোৱাত ৰাইজ আৰু পৰিয়ালৰ লোক ক্ষুব্ধ হৈ পৰে।

Also Read: ৰাজভৱনত ৩খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ শপতগ্রহণ

Hatiget