AIUDFত যোগদান প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ

ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ AIUDFত যোগদান। চামগুৰি সমষ্টিৰ হাতিপুখুৰী টি এন ইংলিছ একাডেমিত আজিজে দলটোত যোগদান কৰে। ধিঙৰ বিধায়ক আমিনুল ইছলামৰ উপস্থিতিত যোগদান AIUDFত। 

author-image
Asomiya Pratidin
New Update
AIUDFNEWSSSS
  • ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ AIUDFত যোগদান।
  • চামগুৰি সমষ্টিৰ হাতিপুখুৰী টি এন ইংলিছ একাডেমিত আজিজে দলটোত যোগদান কৰে।
  • ধিঙৰ বিধায়ক আমিনুল ইছলামৰ উপস্থিতিত যোগদান AIUDFত। 
  • প্ৰায় পাঁচ শতাধিক লোকৰ উপস্থিতিত যোগদান কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে।
  • উল্লেখ্য যে, পূৰ্বতেও কেইবাটাও ৰাজনৈতিক দলত যোগদান কৰি আহিছিল বিধায়ক গৰাকীয়ে।
  • ২০১৬ চনত নিৰ্দলীয়ভাৱে বিধানসভা নিৰ্বাচন খেলিছিল আব্দুল আজিজে।
aiudf