New Update
/asomiyapratidin/media/media_files/2025/10/08/whatsapp-image-2025-10-08-15-40-19.jpeg)
- প্ৰাক্তন আছু নেতা ৰণ্টু শৰ্মাৰ দেহাৱসান
- সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক আছিল শৰ্মা
- নগাঁৱৰ পুৰণিগুদামৰ বাসিন্দা আছিল ৰণ্টু শৰ্মা
- মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫০বছৰ
- কিছুদিন পূৰ্বে উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হৈছিল শৰ্মা
- শৰ্মাৰ মৃত্যুত বিভিন্ন জনে জনাইছে শেষ শ্ৰদ্ধা