/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-26/ggqce6h9/AP-FOR-WEB-AAP.jpg)
-
বিহালী, চামগুৰিৰ বাবে ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ আপৰ কেন্দ্ৰীয় নেতৃত্বৰ।
-
উপ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অসমলৈ আহিব আপৰ ২৮ গৰাকী ৰাষ্ট্ৰীয় নেতা।
-
অসমত নিৰ্বাচনী প্ৰচাৰ চলাব আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে।
-
দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানো আহিব অসমলৈ।
-
উপ নিৰ্বাচনৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাত আছে মনীষ ছিছ'দিয়া, হৰভজন সিং, ৰাঘৱ চাদ্দা আৰু সঞ্জয় সিঙৰ নাম।
-
প্ৰকাশ কৰা ষ্টাৰ কেম্পেইনাৰৰ ৪০ জনীয়া তালিকাত আছে ২৮ গৰাকী ৰাষ্ট্ৰীয় নেতাৰ নাম।
-
অসমত নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব ড০ সন্দীপ পাঠক, জেছমিন শ্বাহ, গোপাল ৰায়, ইমৰাণ হুছেইন, ৰাজেশ শৰ্মাক প্ৰদান কৰা হৈছে।