তমাৰহাটত আক্ৰাছুৰ জোঁৰ সমদল

কোচ- ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত অবিভক্ত গোৱালপাৰা আক্ৰাছুই জোঁৰ সমদল বাহিৰ কৰে

author-image
Asomiya Pratidin
New Update
91

ডিজিটেল সংবাদ, তামাৰহাট : কোচ- ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত অবিভক্ত গোৱালপাৰা আক্ৰাছুই জোঁৰ সমদল বাহিৰ কৰে । কোকৰাঝাৰ জিলা সমিতিৰ সহযোগত গোঁসাইগাঁও চহৰৰ মাজমজিয়াত অনুষ্ঠিত হয় এই জোঁৰ সমদল কাৰ্যসূচী ।

কেইবা সহস্ৰাধিক আক্ৰাছুৰ আৰু মহিলা সমিতিৰ উপস্থিত হাতে হাতে জোঁৰ লৈ উত্তাল প্ৰতিবাদ কৰে । বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল হৈ পৰে গোসাঁইগাঁও চহৰ ।

জনজাতিকৰণ আৰু পৃথক কমতাপুৰ নোহোৱালৈকে এই প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ । 

আক্ৰাছু