পঞ্চায়ত সভাপতি গঠনক কেন্দ্ৰ কৰি সমৰ্থকৰ মাজত মাৰপিট...

আগমনি খণ্ড উন্নয়ন কাৰ্যালয়ৰ সমীপত সংঘটিত হয় এই ঘটনা।  ভামনডাঙ্গা গাঁও পঞ্চায়তৰ সভাপতি, উপ-সভাপতি, সদস্যৰ শপত গ্ৰহণৰ পূৰ্বে সৃষ্টি হয় অভাৱনীয় পৰিস্থিতিৰ।

author-image
Asomiya Pratidin
New Update
1
  • ধুবুৰীৰ আগমনিত আজি পঞ্চায়ত সভাপতি গঠনক কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনা।
  • দুই পক্ষৰ সমৰ্থকৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা।
  • আগমনি খণ্ড উন্নয়ন কাৰ্যালয়ৰ সমীপত সংঘটিত হয় এই ঘটনা। 
  • ভামনডাঙ্গা গাঁও পঞ্চায়তৰ সভাপতি, উপ-সভাপতি, সদস্যৰ শপত গ্ৰহণৰ পূৰ্বে সৃষ্টি হয় অভাৱনীয় পৰিস্থিতিৰ।
ধুবুৰী