New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
পুনৰ গ্রেপ্তাৰ হ’ল চামগুৰিৰ এজন যুৱক
- পাকিস্তানক সমৰ্থন কৰি পুনৰ গ্রেপ্তাৰ হ’ল চামগুৰিৰ এজন যুৱক
- ধৃত যুৱকজনক চামগুৰি পেনাইবজাৰৰ চাপাতকাৰৰ মাচুম আজাহাৰ
- সামাজিক মাধ্যমযোগে বিতৰ্কিত মন্তব্য আগবঢ়াইছিল যুৱকজনে
- ২৩ বছৰীয়া যুৱকজনক গ্রেপ্তাৰ কৰে খাটুৱাল আৰক্ষীয়ে
- মাচুমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে