/asomiyapratidin/media/media_files/2024/12/23/prewscVys5n0nrwizr6d.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ পুনৰ ৰাজ্যত নাবালিকাক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে । এগৰাকী ১১বছৰীয়া নাবালিকাক শাৰীৰিক আতিশয্য চলোৱাৰ অভিযোগ ২১বছৰীয়া যুৱকৰ বিৰুদ্ধে।
নাবালিকা নিৰ্যাতনৰ অভিযোগত অভিযুক্ত যুৱকজনৰ নাম সঞ্জীৱ মুণ্ডা ।কিশোৰী গৰাকীক ফুচুলাই নি ওৰে নিশা নিৰ্যাতন চলোৱাৰ অভিযোগ সঞ্জীৱ মুণ্ডাৰ বিৰুদ্ধে ।
উল্লেখযোগ্য যে ইতিমধ্যে জামুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জীৱ মুণ্ডাক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us