New Update
/asomiyapratidin/media/media_files/2025/07/24/breaking-news-2025-07-24-23-57-31.jpg)
- গুৱাহাটীৰ হাতীগাঁও আৰু পাঞ্জাবাৰীত গোৱালপাৰা আৰক্ষীৰ অভিযান
- নাৰী দেহ ব্যৱসায়ী চক্রৰ পৰা ৬গৰাকী নাবালিকাসহ এগৰাকী যুৱতীক উদ্ধাৰ
- লগতে দেহ ব্যৱসায়ৰ সৈতে জড়িত দুগৰাকী নাৰীসহ এজন পুৰুষক আটক
- আৰক্ষীয়ে অভিযান চলাই উৎখাত কৰে নাৰী দেহ ব্যৱসায়ৰ ঘাটি
- হাতীগাঁও আৰু পাঞ্জাবাৰীত উৎখাত কৰে এই ঘাটি
- এবছুৰ অভিযোগৰ ভিত্তিত ধুপধৰা আৰক্ষীয়ে চলাইছিল অভিযান
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us