New Update
/asomiyapratidin/media/media_files/2025/11/17/1-2025-11-17-23-08-52.jpg)
- ৰঙাপৰা বৰজুলি সংযোগী পথৰ দলঙৰ সমীপত পথ দুৰ্ঘটনা ৷
- দুৰ্ঘটনাত এজন নিহত আৰু এজন গুৰুতৰভাৱে আহত ৷
- নিহত দেৱদাস পণ্ডিত নামৰ যুৱক জন।
- অজয় বাৰুল নামৰ যুৱকজন গুৰুতৰভাৱে আহত ৷
- আহত যুৱক জনক চিকিৎসালয়ত ভৰ্তি।
- AS-12-AK-9208 নম্বৰৰ স্কুটিৰে বৰজুলিৰ পৰা ৰঙাপৰা আহি থকা সময়ত সংঘটিত পথ দুৰ্ঘটনাটি ৷
- কোনো অচিনাকি বাহনে খুন্দা মাৰি যোৱাৰ সন্দেহ ৰাইজৰ ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us