মহিলাক ডিঙিত ঘপিয়াই হত্যা এজন যুৱকৰ

অসম-নাগালেণ্ড সীমান্তত নৃশংস হত্যাকাণ্ড। এগৰাকী মহিলাক ডিঙিত ঘপিয়াই হত্যা এজন যুৱকৰ। উৰিয়ামঘাট সীমান্তৰ বি ছেক্টৰৰ ৩নং ৰজাপুখুৰীত সংঘটিত এই ঘটনা। ৩নং ৰজাপুখুৰীৰ বিচনাথ এক্কা নামৰ যুৱকজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ।

author-image
Asomiya Pratidin
New Update
ভয়ংকৰ ঘটনা

ভয়ংকৰ ঘটনা

  • অসম-নাগালেণ্ড সীমান্তত নৃশংস হত্যাকাণ্ড
  • এগৰাকী মহিলাক ডিঙিত ঘপিয়াই হত্যা এজন যুৱকৰ
  • উৰিয়ামঘাট সীমান্তৰ বি ছেক্টৰৰ ৩নং ৰজাপুখুৰীত সংঘটিত এই ঘটনা
  • ৩নং ৰজাপুখুৰীৰ বিচনাথ এক্কা নামৰ যুৱকজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ
  • মৃত মহিলাগৰাকীৰ নাম ফাইজুন নেচা
  • আন ৩জন লোকক ঘপিয়াই গুৰুতৰভাৱে আহত কৰে অভিযুক্ত বিচনাথ এক্কাই
  • আহত তিনিওজনকে সৰুপথাৰ অসামৰিক চিকিৎসাৰলয়ত ভৰ্তি
  • হত্যাকাৰী বিচনাথ এক্কাক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে
  • হত্যাকাৰী বিচনাথ এক্কাৰ ঘৰত অগ্নিসংযোগ ক্ষোভিত জনতাৰ
  • আৰক্ষী, দণ্ডাধীশৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্রণৰ লগতে তদন্ত আৰম্ভ
উৰিয়ামঘাট