ডুমডুমাৰ দলঙৰ পৰা ডিব্রু নদীত জাঁপ দি আত্মহননৰ চেষ্টা এগৰাকী মহিলাৰ

ডুমডুমাৰ দলঙৰ পৰা ডিব্রু নদীত জাঁপ দি আত্মহননৰ চেষ্টা এগৰাকী মহিলাৰ। দৈৱক্রমে প্রাণ ৰক্ষা ডুমডুমা নগৰৰ শংকৰদেৱ কলনীৰ মহিলাগৰাকীৰ।

author-image
Asomiya Pratidin
New Update
gsf

প্ৰতিনিধিত্বমূলক ফটো

  • ডুমডুমাৰ দলঙৰ পৰা ডিব্রু নদীত জাঁপ দি আত্মহননৰ চেষ্টা এগৰাকী মহিলাৰ।
  • দৈৱক্রমে প্রাণ ৰক্ষা ডুমডুমা নগৰৰ শংকৰদেৱ কলনীৰ মহিলাগৰাকীৰ।
  • প্রত্যক্ষদৰ্শীয়ে নদীৰ পৰা উদ্ধাৰ কৰে মহিলাগৰাকীক।
  • মহিলাগৰাকীয়ে দিনৰ ভাগতো কেইবাবাৰো নদীত জাঁপ দিয়াৰ চেষ্টা চলাইছিল।
  • প্রতিবেশীয়ে মহিলাগৰাকীৰ সেই চেষ্টা কৰিছিল বিফল।
  • নিশা পুনৰ ডিব্রু নদীত জাঁপ দিয়ে মহিলাগৰাকীয়ে।
  • মহিলাগৰাকীয়ে আত্মহননৰ চেষ্টা চলোৱাৰ কাৰণ জানিব পৰা হোৱা নাই।
  • ঘটনাটোৰ তদন্ত কৰিছে ডুমডুমা আঞ্চলিক বীৰ লাচিত সেনাই।
Assam police