/asomiyapratidin/media/media_files/2024/12/16/IhVAKa3lhj1xwdqRcTqd.jpg)
ডিজিটেল সংবাদ,লংকাঃ লংকাত বনৰীয়া হাতীৰ উপদ্ৰৱ ।নিশা এটা বনৰীয়া হাতীয়ে লংকাৰ উদালি নেপালী গাঁৱত চলাই তাণ্ডৱ।বনৰীয়া হাতীটোৱে তাণ্ডৱ চলাই প্ৰায় ১৫টা ঘৰ ভাঙি লণ্ড-ভণ্ড কৰে।
উল্লেখযোগ্য যে বনৰীয়া হাতীটোৱে বহু কেইজন কৃষকৰ ধান,বাৰীৰ তামোল, নাৰিকল গছ আদিৰো ক্ষতি-সাধন কৰে।
আনহাতে খবৰ দিয়াৰ পাছতো বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰে ক্ষতিগ্ৰস্থই ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us