কঠিয়াতলীত ৰজা ফেঁটী উদ্ধাৰ

কঠিয়াতলী বন সংমণ্ডলৰ বিষয়া গিৰিশ কুমাৰ বৰাৰ নেতৃত্বত যোৱা এটা দলে শগুণবাহীৰ পৰা উদ্ধাৰ কৰে ৰজা ফেঁটীটো। 

author-image
Asomiya Pratidin
New Update
165
  • নগাঁৱৰ কঠিয়াতলীত ৰজা ফেঁটী উদ্ধাৰ।
  • কঠিয়াতলীৰ শগুণবাহীত প্ৰায় ১৫ ফুট দৈঘ্যৰ এডাল ৰজা ফেঁটী উদ্ধাৰ।
  • কঠিয়াতলী বন সংমণ্ডলৰ বিষয়া গিৰিশ কুমাৰ বৰাৰ নেতৃত্বত যোৱা এটা দলে শগুণবাহীৰ পৰা উদ্ধাৰ কৰে ৰজা ফেঁটীটো। 
  • বন বিভাগৰ লোকক সহায় কৰে স্থানীয় এটা NGOয়ে। 
  • ৰজা ফেঁটীটো উদ্ধাৰ কৰি কন্দলী পাহাৰত এৰি দিয়ে বিভাগীয় কৰ্তৃপক্ষই।
নগাঁও