পৰ্বতঝোৰাত নিশা চোৰাং কাঠভৰ্তি  বাহন জব্দ

পৰ্বতঝোৰাত নিশা বন বিভাগৰ অভিযানত চোৰাং কাঠভৰ্তি বাহন জব্দ। পানবাৰী খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ বন কৰ্মীৰ এই অভিযান।

author-image
Asomiya Pratidin
New Update
600
  • পৰ্বতঝোৰাত নিশা বন বিভাগৰ অভিযানত চোৰাং কাঠভৰ্তি বাহন জব্দ।
  • পানবাৰী খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ বন কৰ্মীৰ এই অভিযান।
  • মহামায়া সংৰক্ষিত বনাঞ্চলৰ পৰা কাঠখিনি সৰবৰাহৰ চেষ্টা ।
  • বনকৰ্মীয়ে ৰঙামাটিত অভিযান চলাই কাঠৰ কুণ্ডাভৰ্তি বাহনখন জব্দ কৰে।
  • আন্ধাৰৰ সুযোগলৈ পলায়ন কৰে বনদস্যু।
  • শাল ,গমাৰী আৰু নিম কাঠৰ কুণ্ডাভৰ্তি আছিল বাহনখনত।
  • জব্দকৃত বাহনখনৰ নম্বৰ AS-26-C-4065।
  • বাহনখন সম্প্ৰতি পানবাৰী খণ্ড বন বিষয়া কাৰ্য্যালয়ত ৰখা হৈছে।
পৰ্বতঝোৰা