New Update
/asomiyapratidin/media/media_files/2026/01/10/1-2026-01-10-11-03-50.jpg)
- নিশা চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চামগুৰি আৰক্ষীৰ
- অভিযানত জব্দ চোৰাং গৰু ভৰ্তি ট্ৰাক
- চামগুৰিৰ তহলদাৰী আৰক্ষীৰ অভিযানত আটক দুজন সৰবৰাহকাৰী
- বাহনখন পৰা উদ্ধাৰ ৩০টাকৈ চোৰাং গৰু
- চামগুৰিৰ সোণাৰীবালীত জব্দ AS 23BC-5299 নম্বৰৰ ৩০টাকৈ চোৰাং গৰু ভৰ্তি বাহনখন
- চিমেন চাপৰিৰ পৰা চোৰাং গৰু ভৰ্ত্তি ট্ৰাকখন আহিছিল গুৱাহাটী অভিমুখে
- ধৃত সৰবৰাহকাৰী দুজন ধেমাজিৰ অজিৎ দত্ত আৰু ফৰমূজ আলী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us