New Update
/asomiyapratidin/media/media_files/2025/07/04/new-ap-web-titabor-2025-07-04-17-04-49.jpg)
- তিতাবৰত শোকাৱহ পথ দুৰ্ঘটনা ।
- তিতাবৰ দাংধৰা সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।
- তিতাবৰ দাংধৰা বজাৰৰ সমীপত বাছ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা ।
- দুৰ্ঘটনাত এজন থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয় ।
- নিহত ব্যক্তিজনৰ নাম কানাই (৫৫) বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us