ৰে'লৰ তাঁৰ চোৰ কৰিবলৈ আহি কৰুণ মৃত্যুক সাৱটিলে চোৰে

শোণিতপুৰৰ বালিপৰাত অঘটন। বালিপৰাত ৰে'লৰ তাঁৰত লাগি মৃত্যু এজন লোকৰ। বামগাঁওৰ সমীপৰ ৰে'ল লাইনত সংঘটিত হৈছে এই ঘটনা। ৰে'লৰ ২৫,০০০ ভল্টৰ তাঁৰ লাগি মৃত্যু লোকজনৰ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ৰে'লৰ তাঁৰ চোৰ কৰিবলৈ আহি কৰুণ মৃত্যুক সাৱটিলে চোৰে

ৰে'লৰ তাঁৰ চোৰ কৰিবলৈ আহি কৰুণ মৃত্যুক সাৱটিলে চোৰে

  • শোণিতপুৰৰ বালিপৰাত অঘটন
  • বালিপৰাত ৰে'লৰ তাঁৰত লাগি মৃত্যু এজন লোকৰ
  • বামগাঁওৰ সমীপৰ ৰে'ল লাইনত সংঘটিত হৈছে এই ঘটনা
  • ৰে'লৰ ২৫,০০০ ভল্টৰ তাঁৰ লাগি মৃত্যু লোকজনৰ
  • তাঁৰ চুৰি কৰিবলৈ আহি কৰুণ মৃত্যুক সাৱটি ল'লে লোকজনে
  • জ্বলি শেষ হৈছে লোকজনৰ মৃতদেহটো
  • ঘটনাস্থলীত ৰে'ল আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
  • বৰ্তমানলৈকে পৰিচয় উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ
ৰে'ল উত্তৰ পূব সীমান্ত ৰে'লৱে চুৰি চোৰ