জামুগুৰিহাটৰ বগাকুৰা গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

নিহত যুৱকজন চামধৰা পানীগাঁৱৰ বিক্ৰম বিশ্বকৰ্মা(বিকি) মৃত্যুৰ সময়ত যুৱকজনৰ বয়স আছিল ২০ বছৰ ৷

author-image
Asomiya Pratidin
New Update
148
  • জামুগুৰিহাটৰ বগাকুৰা গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা৷
  • দ্ৰুতবেগী ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত স্কুটি চালক ৷
  • নিহত যুৱকজন চামধৰা পানীগাঁৱৰ বিক্ৰম বিশ্বকৰ্মা(বিকি)।
  • মৃত্যুৰ সময়ত যুৱকজনৰ বয়স আছিল ২০ বছৰ ৷
  • গুৰুতৰভাৱে আহত আন গৰাকী স্কুটি আৰোহীক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ ৷
  • আহত লোক জনৰ নাম এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷  
  • দুৰ্ঘটনা সংঘটিত কৰি ট্ৰেক্টৰ চালকৰ পলায়ন ৷
  • ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ৷জব্দ কৰিছে ট্ৰেক্টৰখন ৷
জামুগুৰিহাট